hahiৰ ৰং চ'ৰা




Hahiৰ ৰং চ'ৰাৰয় গোটৰ কিছু নিয়মাৱলী সদস্যক সুচাৰু ৰূপে মানি চলিবলৈ অনুৰোধ জনোৱা হ'ল...... ১) hahiৰ ৰং চ'ৰাৰ মুল মন্ত্ৰ জগৰ নলগাকৈ ৰগৰ কৰক সাৰোগত কৰি পোস্টসমুহ আগবহ্ৰাওক | ২) Good morning , Good evening , Good night আদি পপোস্টেৰে #_hahiৰ_ৰং_চ'ৰাৰ মজিয়া অশুৱনি নকৰে যোন | ৩) অন্য গোটৰ বিষয়ে কটু মন্তব্য , ব্যক্তিগত সমালোতনা বিজ্ঞাপন দিয়া বা প্ৰচাৰ চলোৱাটো অবান্ঞ্ছনীয় | বেলেগ গোট বা পেজৰ প'স্ট / লিংক share কৰা নচলিব | ৪) হাহিঁৰ চলেৰে ভাল মেছেজ থকা প'স্ট/আপুৰুগীয়া ফটো আদি দিব পাৰিব | ৫) অশ্লীল কোনো ধৰনৰ প'স্ট গ্ৰাহ্য নহব ৬) প্ৰফাইল ফটো আৰু প্ৰকৃত নাম নোহোৱাকৈ কোনো ধৰণৰ সদস্যক hahiৰ ৰং চ'ৰাত অন্তৰ্ভুক্ত কৰা নহ'ব৭) আপত্তিজনক প'স্ট দেখিলে Repotr to admin কৰিবলৈ অনুৰোধ জনালো | ৮) সঘনাই Repeat হোৱা প'স্ট মোহাৰি দিয়া হ'ব | তাৰ বাবে প্ৰশ্ন সুধি Adminক আমনি নিদিব | ৯) প্ৰশাসক ( Admin )ৰ সিদ্ধান্তই চূৰান্ত সিদ্ধান্ত বুলি বিবেচিত হ'ব | জীৱন যাপন নহয় , জীৱন উদযাপন আমাৰ লক্ষ্য.... Hahiৰ ৰং চ'ৰা <-গৌতম শৰ্মা->


0/Post a Comment/Comments

Please do not enter any spam link in the comment box